মণিপুৰত পুনৰ এজন লোকৰ দেহত কোৰোনা ভাইৰাছ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মণিপুৰত পুনৰ এজন লোকৰ দেহত কোৰোনা ভাইৰাছ।
  • ৰাজ্য চৰকাৰে এই তথ্য সদৰি কৰিছে।
  • ৰাজ্যখনত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৬০ জনলৈ।
  • এতিয়াও মণিপুৰত চিকিৎসাধীন হৈ থকা সক্ৰিয় ৰোগীৰ সংখ্যা ৫৩ গৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in