শেহতীয়া খবৰ

মণিপুৰত পুনৰ এজন লোকৰ দেহত কোৰোনা ভাইৰাছ

107
  • মণিপুৰত পুনৰ এজন লোকৰ দেহত কোৰোনা ভাইৰাছ।
  • ৰাজ্য চৰকাৰে এই তথ্য সদৰি কৰিছে।
  • ৰাজ্যখনত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৬০ জনলৈ।
  • এতিয়াও মণিপুৰত চিকিৎসাধীন হৈ থকা সক্ৰিয় ৰোগীৰ সংখ্যা ৫৩ গৰাকী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি