প্ৰধাৱনমন্ত্ৰীৰ পোষ্টাৰ লগাবলৈ গৈ শিলচৰত বিদ্যুৎস্পৃষ্ট যুৱক

  • শিলচৰত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু।
  • ৱালত পোষ্টাৰ লগাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হয় যুৱকজন।
  • প্ৰধানমন্ত্ৰীৰ আগমণৰ বাবে লগাবলৈ গৈছিল পোষ্টাৰ।
  • নিহত যুৱকজনৰ নাম মন্তোষ দাস।
  • ইফালে বিদ্যুৎস্পৃষ্ট হৈ আহত হৈছে আন দুজন যুৱক।
  • আহত যুৱকদুজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in