কেকো সাপ সহ এজনক গ্ৰেপ্তাৰ

কেকো সাপ সহ এজনক গ্ৰেপ্তাৰ
  • তেজপুৰ বৰঘাট আৰক্ষীয়ে কেকো সাপ সহ এজনক গ্ৰেপ্তাৰ কৰিছে৷
  • লোকজন গোন্ৰাবিলৰ পানিৰাম বৰাইক৷
  • তেওঁ ৬ টাকৈ কেকোসাপ বিক্ৰীৰ বাবে মানশিৰি লৈ নিয়াৰ কালত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in