শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

বিজেপিক পৰাজিত কৰিবলৈ ৪ সংখ্যালঘু জিলাত নিৰ্বাচনী প্ৰচাৰত গুৰুত্ব মমতাৰ…

ডিজিটেল ডেস্ক : পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এতিয়া বিধানসভা নিৰ্বাচনৰ বাবে আগন্তুক পৰ্যায়ৰ বাবে সংখ্যালঘু অধ্যুষিত মালদা, মুৰ্শিদাবাদ, উত্তৰ দিনাজপুৰ আৰু দক্ষিণ দিনাজপুৰ জিলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

মমতাই এই চাৰিখন জিলাৰ লোক সকলক কয় যে তৃণমূল কংগ্ৰেছে ইয়াৰ পৰা আসন জিকিলেহে ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব। উত্তৰ বংগৰ কোছবিহাৰৰ চিটালকুচীত নিৰ্বাচনী হিংসাত ৪ জন লোক নিহত হৈছিল। তৃণমূল কংগ্ৰেছে এই ঘটনাটোক ৰাজনৈতিক প্ৰচাৰ হিচাপে ব্যৱহাৰ কৰিছে। পশ্চমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে তেওঁ বংগৰ সংখ্যালঘু সম্প্ৰদায়ৰ একমাত্ৰ ৰক্ষক ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি