বিজেপিক পৰাজিত কৰিবলৈ ৪ সংখ্যালঘু জিলাত নিৰ্বাচনী প্ৰচাৰত গুৰুত্ব মমতাৰ…

বিজেপিক পৰাজিত কৰিবলৈ ৪ সংখ্যালঘু জিলাত নিৰ্বাচনী প্ৰচাৰত গুৰুত্ব মমতাৰ…

ডিজিটেল ডেস্ক : পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এতিয়া বিধানসভা নিৰ্বাচনৰ বাবে আগন্তুক পৰ্যায়ৰ বাবে সংখ্যালঘু অধ্যুষিত মালদা, মুৰ্শিদাবাদ, উত্তৰ দিনাজপুৰ আৰু দক্ষিণ দিনাজপুৰ জিলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

মমতাই এই চাৰিখন জিলাৰ লোক সকলক কয় যে তৃণমূল কংগ্ৰেছে ইয়াৰ পৰা আসন জিকিলেহে ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। উত্তৰ বংগৰ কোছবিহাৰৰ চিটালকুচীত নিৰ্বাচনী হিংসাত ৪ জন লোক নিহত হৈছিল। তৃণমূল কংগ্ৰেছে এই ঘটনাটোক ৰাজনৈতিক প্ৰচাৰ হিচাপে ব্যৱহাৰ কৰিছে। পশ্চমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে তেওঁ বংগৰ সংখ্যালঘু সম্প্ৰদায়ৰ একমাত্ৰ ৰক্ষক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in