দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ মমতা বেনাৰ্জীৰ…

দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ মমতা বেনাৰ্জীৰ…
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।
  • প্রধানমন্ত্ৰীৰ দিল্লীৰ বাসভৱনত মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীগৰাকীক।
  • প্ৰায় ডেৰ বছৰৰ মূৰত তেওঁ প্রধানমন্ত্ৰীক সাক্ষাৎ কৰে।
  • বুধবাৰে আবেলি ৪.৩০ বজাত মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব বুলি জনাইছিল পি এম অ'ই।
  • উল্লেখ্য যে, চলিত সপ্তাহতে বিদেশ ভ্ৰমণৰ বাবে ৰাওনা হ'ব নৰেন্দ্ৰ মোডী।
  • তাৰ পূৰ্বে পশ্চিমবংগৰ বকেয়া ঋণ আদায় দিয়া আৰু উন্নয়নমূলক আঁচনি সন্দৰ্ভত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব বিচাৰিছিল মমতা বেনাৰ্জীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in