শেহতীয়া খবৰ
তিহাৰ জেলতে পি চিদাম্বৰমৰ ৭৪ সংখ্যক জন্মদিন পালন, টুইটাৰত কলেঃ সংকটৰ দিশে দেশ, ভগৱানে ৰক্ষা কৰক...  •  কোকৰাঝাৰত ৰে'লৰ খুন্দাত গৃহৰক্ষী জোৱান নিহত...  •  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত আছুৰ উদ্যোগত "এজন ছাত্ৰ এজোপা গছপুলি " শীৰ্ষক ব্যতিক্ৰমী অভিযান...  •  পূজাৰ অফাৰ, নতুন গাড়ী, আৰ্থিক মন্দাৱস্থা ইত্যাদি...  •  মেঘালয়ত পুনৰ ২ জন অবৈধ নাইজেৰিয়ানক গ্ৰেপ্তাৰ..  •  ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ ৪ টা স্বৰ্ণ জয়...  •  ৰিহণ দৈমাৰীৰ সপোন পূৰণ নহ’ল! আঁতৰিব ফলক, মুখ্যমন্ত্ৰীয়েহে উদ্বোধন কৰিব জনস্বাস্থ্য বিভাগৰ নৱনিৰ্মিত ভৱন...  •  দিছপুৰ প্ৰেছ ক্লাৱত বিশ্বকৰ্মা পূজাৰ আয়োজন..  •  বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ডিম্বেশ্বৰ চৌধুৰীৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচন…  •  ওদালগুৰিত পৰকীয়া প্ৰেমৰ নৃশংস পৰিণতি, মাতৃয়ে ডিঙি চেপি হত্যা কৰি জংঘলত দলিয়ালে ২১ মহীয়া কন্যা সন্তানক....

৫ বছৰে এটা ৰাম মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰা প্ৰধানমন্ত্ৰী মোডীয়ে এতিয়া বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কথা কয়ঃ মমতা

221
  • পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ডাইমণ্ড হাৰবৰত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন।
  • প্ৰধানমন্ত্ৰীয়ে বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি নিৰ্মাণক লৈ কৰা প্ৰতিশ্ৰুতি সন্দৰ্ভত মমতাৰ প্ৰতিক্ৰিয়া।
  • ‘যোৱা ৫ বছৰত প্ৰধানমন্ত্ৰী এটা ৰাম মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰিলে।’
  • ‘এতিয়া তেওঁলোকে কেনেকৈ বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব পাৰিব?’
  • ‘বংগবাসীয়ে আপোনাৰ ওচৰত ভীক্ষা খোজা নাই।’
  • ‘আপোনালোকৰ গুণ্ডা নেতা বংগলৈ আহি কয় বঙালী হেনো কাঙাল।’
  • ‘আমি কি বঙালী সকলক কাঙাল হ’বলৈ দিছো নেকি?’
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহে ৰাজনীতিৰ প্ৰলাপ বকিছে বুলিও মন্তব্য মমতা বেনাৰ্জীৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি