৫ বছৰে এটা ৰাম মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰা প্ৰধানমন্ত্ৰী মোডীয়ে এতিয়া বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কথা কয়ঃ মমতা

৫ বছৰে এটা ৰাম মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰা প্ৰধানমন্ত্ৰী মোডীয়ে এতিয়া বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কথা কয়ঃ মমতা
  • পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ডাইমণ্ড হাৰবৰত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন।
  • প্ৰধানমন্ত্ৰীয়ে বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি নিৰ্মাণক লৈ কৰা প্ৰতিশ্ৰুতি সন্দৰ্ভত মমতাৰ প্ৰতিক্ৰিয়া।
  • 'যোৱা ৫ বছৰত প্ৰধানমন্ত্ৰী এটা ৰাম মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰিলে।'
  • 'এতিয়া তেওঁলোকে কেনেকৈ বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব পাৰিব?'
  • 'বংগবাসীয়ে আপোনাৰ ওচৰত ভীক্ষা খোজা নাই।'
  • 'আপোনালোকৰ গুণ্ডা নেতা বংগলৈ আহি কয় বঙালী হেনো কাঙাল।'
  • 'আমি কি বঙালী সকলক কাঙাল হ'বলৈ দিছো নেকি?'
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহে ৰাজনীতিৰ প্ৰলাপ বকিছে বুলিও মন্তব্য মমতা বেনাৰ্জীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in