শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

তৃতীয় বাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে মমতাই…

326
  • তৃতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে মমতা বেনাৰ্জীয়ে।
  • পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰে মমতা বেনাৰ্জীৰ শপত গ্ৰহন অনুষ্ঠানত উপস্থিত থাকে ।
  • পশ্চিমবংগৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২১৩ খন আসন লাভ কৰাৰ লগতে বিজেপিয়ে ৭৭ খন আসন লাভ কৰে ।
  • নন্দীগ্ৰামত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰন কৰিছিল মমতাই ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি