তৃতীয় বাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে মমতাই…

তৃতীয় বাৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে মমতাই…
  • তৃতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে মমতা বেনাৰ্জীয়ে।
  • পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰে মমতা বেনাৰ্জীৰ শপত গ্ৰহন অনুষ্ঠানত উপস্থিত থাকে ।
  • পশ্চিমবংগৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২১৩ খন আসন লাভ কৰাৰ লগতে বিজেপিয়ে ৭৭ খন আসন লাভ কৰে ।
  • নন্দীগ্ৰামত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰন কৰিছিল মমতাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in