শেহতীয়া খবৰ
ধূপধৰাৰ ধানবৰীত বাঁহৰ সাঁকোৰ পৰা পৰি মৃত্যু এজনৰ  •  লালুকত অভিৰুচি শিল্পী সৈনিকৰ নাট কৰ্মশালা সম্পন্ন  •  ধূপধৰাত দ্বিতীয় বাৰ্ষিক বায়খো উৎসৱ উদযাপন, জলন্ত অঙঠাৰ ওপৰত নৃত্য প্ৰদৰ্শন  •  সুদুৰ ম্যানমাৰৰ পৰা আহি অসমৰ জোঁৱাই হ'ল অবৈধ ৰোহিংগা, আদালত চৌহদত বিষ্ফোৰক স্বীকাৰোক্তি, VIDEO  •  ধূপধৰাত কবৰ খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে শিশুৰ মৃতদেহ, পানীত পৰি মৃত্যু হোৱাৰ পিছত জনোৱা নাছিল আৰক্ষীক  •  কাৰ আশীৰ্বাদত বৰাকত চলিছে অবৈধ সাৰৰ চিণ্ডিকেট, আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা জব্দ ২৮ খন সাৰভৰ্তি ট্ৰাক  •  বঙাইগাঁৱৰ সিদলসতীত ৰাইজে কৰায়ত্ত কৰিলে ডকাইত, VIDEO  •  গৰৈমাৰীত আছুৰ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ  •  দক্ষিণ কামৰূপত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ-কলহীৰ জলপৃষ্ঠঃ একাংশ উভতিছে নিজা ঘৰলৈ, অধিকাংশ দুৰ্গত এতিয়াও গৰু-ছাগলীৰ সৈতে আশ্ৰয় শিবিৰ, ওখ-ভেটিত  •  ওদালগুৰিত ২১৯ কৃৰ্তী শিক্ষাৰ্থীক আছুৰ অভিনন্দনঃ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী, অসমত শিক্ষাৰ নামত ৰাজনীতি-ব্যৱসায় চলোৱাৰো অভিযোগ সংগঠনটোৰ

মহানগৰীৰ মালিগাঁৱত হত্যাৰ চেষ্টা চলোৱা দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবীত উত্তপ্ত পৰিস্থিতি

169
  • মহানগৰীৰ মালিগাঁৱত উত্তপ্ত পৰিস্থিতি।
  • ড্ৰাগছ আসক্ত ভৈৰৱ দাসক কৰায়ত্ত কৰাৰ দাবী।
  • ৰাজপথলৈ ওলাই আহিছে ৰাইজ।
  • ভৈৰৱ দাসৰ ঘৰতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ লোকে।
  • মালিগাঁৱত ভৈৰৱ দাস নামৰ লোকজনে হত্যাৰ চেষ্টা কৰিছিল মাতৃসহ ২ পুত্ৰক।
  • ঘপিয়াই হত্যাৰ চেষ্টা কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে।
  • ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ভৈৰৱ দাসে।
  • গুৰতৰভাৱে আঘাতপ্ৰাপ্ত মাতৃগৰাকীৰ নাম মৰমী দাস।
  • ইফালে ২ পুত্ৰৰ নাম সুৰজ দাস আৰু বিকি দাস।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি