মহানগৰীৰ মালিগাঁৱত হত্যাৰ চেষ্টা চলোৱা দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবীত উত্তপ্ত পৰিস্থিতি

মহানগৰীৰ মালিগাঁৱত হত্যাৰ চেষ্টা চলোৱা দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবীত উত্তপ্ত পৰিস্থিতি
  • মহানগৰীৰ মালিগাঁৱত উত্তপ্ত পৰিস্থিতি।
  • ড্ৰাগছ আসক্ত ভৈৰৱ দাসক কৰায়ত্ত কৰাৰ দাবী।
  • ৰাজপথলৈ ওলাই আহিছে ৰাইজ।
  • ভৈৰৱ দাসৰ ঘৰতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ লোকে।
  • মালিগাঁৱত ভৈৰৱ দাস নামৰ লোকজনে হত্যাৰ চেষ্টা কৰিছিল মাতৃসহ ২ পুত্ৰক।
  • ঘপিয়াই হত্যাৰ চেষ্টা কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে।
  • ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ভৈৰৱ দাসে।
  • গুৰতৰভাৱে আঘাতপ্ৰাপ্ত মাতৃগৰাকীৰ নাম মৰমী দাস।
  • ইফালে ২ পুত্ৰৰ নাম সুৰজ দাস আৰু বিকি দাস।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in