মালিগাঁৱত পথ দুৰ্ঘটনাঃ যাত্ৰীবাহী বাছে মহটিয়াই নিলে স্কুটী, নিহত দুজন…

মালিগাঁৱত পথ দুৰ্ঘটনাঃ যাত্ৰীবাহী বাছে মহটিয়াই নিলে স্কুটী, নিহত দুজন…
  • মালিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • একে দিশত গৈ থকা এখন স্কুটীক মহটিয়াই নিয়ে যাত্ৰীবাহী বাছে।
  • দুজন ব্যক্তিৰ থিতাতে মৃত্যু।
  • আনহাতে, পলায়ন কৰে বাছ চালকজনে।
  • মালিগাঁৱৰ নিৰ্মীয়মান উৰণীয়া সেতুৰ কাষত সংঘটিত হয় এই ঘটনা।
  • তীব্ৰ যান-জঁটত আৱদ্ধ হৈ পৰাৰ ফলত উত্তপ্ত পৰিস্থিতি।
  • বাছখনৰ নম্বৰ এএছ ০১ কেচি ৫৬৩৮।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in