মাজুলীত গঁড়ৰ মুক্ত বিচৰণ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মাজুলীত পুনৰ গঁড়ৰ মুক্ত বিচৰণ।
  • মাজুলী যোগীগাৱঁত মহৰ গোৱালক আক্রমণৰ চেষ্টা গড়ৰ।
  • বাঁহ গছত উঠি প্ৰাণ ৰক্ষা দেবেন নাথৰ।
  • বৰ্তমানেও যোগী গাৱঁৰ এডৰা নলনিত অৱস্থান গঁড়টোৰ।
  • কাজিৰঙাৰ পৰা এমাহ পূৰ্বে মাজুলীত অৱস্থান কৰা গঁড়টো মাজুলী বন বিভাগে খেদি পঠোৱাৰ চেষ্টা কৰি আছে যদিও সক্ষম হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in