ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি, নিমাতী ঘাটত ফেৰীৰ চলাচল বন্ধ…

ফাইল ফটো
ফাইল ফটো
  • বৃদ্ধি পাইছে ব্ৰহ্মপু্ত্ৰৰ জলপৃষ্ঠ।
  • মাজুলীৰ নিমাতী ঘাটৰ মাজত সকলো ধৰণৰ ফেৰীৰ চলাচল বন্ধ কৰাৰ সিদ্ধান্ত।
  • নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে জলপৰিৱহন বিভাগৰ তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ।
  • নিশাৰ ভিতৰতে অভাৱনীয় হাৰত বৃদ্ধি পালে ব্ৰহ্মপুত্ৰৰ পানী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in