মাজুলী শালমৰাত ভয়ংকৰ অগ্নিকাণ্ড…

মাজুলী শালমৰাত ভয়ংকৰ অগ্নিকাণ্ড…
  • মাজুলী শালমৰাত ভয়ংকৰ অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডৰ ফলত জাহ গল ঘৰ দুৱাৰ সা -সম্পত্তি।
  • মহেন্দ্ৰ ভূঞাৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ড ।
  • খহনীয়াগ্ৰস্থ মহেন্দ্ৰ ভূঞাই ১ নং শৈলস্পাৰৰ কাষতে বসবাস কৰিছিল।
  • অগ্নিকাণ্ডৰ কাৰন জানিব পৰা হোৱা নাই।
  • স্থানীয় ৰাইজে জুই নুমুৱাৰ চেষ্টা কৰিছিল যদিও জুই নিৰ্বাপন নহোৱাত সকলো জুইত জাহ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in