মুকলি হ’ল নিমাতী-মাজুলী ফেৰী সেৱা

মুকলি হ’ল নিমাতী-মাজুলী ফেৰী সেৱা
  • মুকলি হ'ল নিমাতী-মাজুলী ফেৰী সেৱা।
  • বহু দিন ধৰি বন্ধ হৈ আছিল মাজুলী-নিমাতী ফেৰী সেৱা।
  • মাজুলী জিলা প্রশাসনে মুকলি কৰি দিলে ফেৰী সেৱা।
  • ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে বন্ধ কৰি ৰখা হৈছিল ফেৰী সেৱা।
  • অনিৰ্দিষ্টকাললৈ বন্ধৰ নিৰ্দেশ দিছিল মাজুলী জিলা প্ৰশাসনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in