১০১ বছৰ বয়সত মৃত্যু মাজুলীৰ বিহমপুৰ সত্ৰৰ সত্ৰাধিকাৰৰ

১০১ বছৰ বয়সত মৃত্যু মাজুলীৰ বিহমপুৰ সত্ৰৰ সত্ৰাধিকাৰৰ

  • মাজুলীৰ ঐতিহাসিক আদি বিহিমপুৰ সত্রৰ সত্রাধিকাৰৰ দেহাৱসান।
  • ১০১ বছৰত বাৰ্ধক্যজনিত কাৰণত মৃত্যু সত্ৰাধিকাৰ ৰোষেশ্বৰ মহন্তৰ।
  • মুক্তিযোদ্ধা আছিল প্ৰয়াত সত্রাধিকাৰ ৰোষেশ্বৰ মহন্ত।
  • সোমবাৰে নিশা ৯.৪৫ বজাত মৃত্যু হয় সত্ৰাধিকাৰগৰাকীৰ।
  • বহুকেইখন বিদ্যালয় প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল সত্রাধিকাৰগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in