এ পি এছ চি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ জামিন নাকচ…

এ পি এছ চি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ জামিন নাকচ…
  • পুনৰ ৰাকেশ পালৰ জামিন নাকচ।
  • দীৰ্ঘদিন ধৰি কাৰৰুদ্ধ হৈ আছে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল।
  • অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বৃহৎ কেলেংকাৰীৰ বাবে গ্ৰেপ্তাৰ কৰিছিল ৰাকেশ পালক।
  • বুধবাৰে পালৰ পুনৰ জামিন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
  • ভঙাগড় আৰক্ষী চকীত থকা এক গোচৰৰ বাবে ৰাকেশ পালৰ পুনৰ জামিন নাকচ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in