কোৰোনাৰ সংক্ৰমন বৃদ্ধি, কোভিড ৰোগীৰ বাবে সাজু কৰা হৈছে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতাল…

কোৰোনাৰ সংক্ৰমন বৃদ্ধি, কোভিড ৰোগীৰ বাবে সাজু কৰা হৈছে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতাল…
  • ৰাজ্যত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমন ।
  • কোভিডৰ বাবে সাজু কৰা হৈছে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতাল ।
  • বৰ্তমান ৫৫ খন বিছনা সাজু কৰা হৈছে এমএমচিএইচত ।
  • হস্পিতাল খনত দুই এদিনৰ ভিতৰত সাজু কৰা হ'ব ১০০ খন বিচনা ।
  • কোভিড পৰিস্থিতিৰ বাবে এমএমচিএইচক নিৰ্দেশ স্বাস্থ্য বিভাগৰ ।
  • এমএমচিএইচৰ অধীক্ষকৰ কোভিডৰ নীতি নিয়ম মানি চলিবলৈ আহ্বান ।
  • বুধবাৰে ৰাজ্যত কোভিডত আক্ৰান্ত হৈছিল ১৯৫ জন লোক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in