আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু তিথি

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু তিথি
  • আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যুতিথি।
  • ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও জাতিৰ পিতাক জনালে শ্ৰদ্ধাঞ্জলি।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু উপস্থিত ৰাজঘাটত।
  • দিল্লীৰ ৰাজঘাটত পুৱাই কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে জাতি পিতাজনক জনালে শ্ৰদ্ধাঞ্জলি।
  • ৰাজঘাটত উপস্থিত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মালা সীতাৰমনো।
  • দেশৰ ৩ সেনা প্ৰধানেও জনালে গান্ধীক শ্ৰদ্ধাঞ্জলি।
  • দিল্লীৰ ৰাজঘাটত উপস্থিত বহু সংখ্যক লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in