কোৰোনাত আক্ৰান্ত হৈ মহাৰাষ্ট্ৰত মৃত্যু অসমৰ যুৱক…

কোৰোনাত আক্ৰান্ত হৈ মহাৰাষ্ট্ৰত মৃত্যু অসমৰ যুৱক…
  • বহিঃৰাজ্যত কোৰোনাত মৃত্যু অসমৰ যুৱকৰ
  • যুৱকগৰাকী বাক্সা জিলাৰ মুছলপুৰৰ সমীপবৰ্তী ভালাগুৰী গাওঁৰ সুৰেন দাসৰ পুত্ৰ সত্যেন্দ্ৰ দাস (৩২)
  • যুৱকজন দীৰ্ঘদিন ধৰি মহাৰাষ্ট্ৰৰ এটা কোম্পানীৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল আছিল
  • মহাৰাষ্ট্ৰৰ পৰাই ফোনযোগে জনালে তেওঁৰে নিজ গাঁওৰ সহকৰ্মী মিণ্টু দাসে
  • মৃত্যুৰ সময়ত সত্যেন্দ্ৰই নিজ পত্নী আৰু এগৰাকী কন্যা সন্তানক এই সংসাৰত এৰি থৈ যায়
  • মৃতদেহ ইতিমধ্যে কৰ্মস্থলী মহাৰাষ্ট্ৰতেই সৎকাৰ কৰা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in