মহা নৱমী উপলক্ষে কামাখ্যা মন্দিৰত কুমাৰী পূজা…

মহা নৱমী উপলক্ষে কামাখ্যা মন্দিৰত কুমাৰী পূজা…

ডিজিটেল ডেস্ক : দেওবাৰে ৰাজ্যৰ মঠ মন্দিৰ সমূহত উদযাপন কৰা হৈছে মহানৱমী । মহানৱমী উপলক্ষে কামখ্যা দেৱালয়ত অনুষ্ঠিত কৰা হয় কুমাৰী পূজা । মহানৱমীৰ দিনটোত কুমাৰী সকলক সজাই পৰাই পূজা অৰ্চনা কৰা হয় ।

ইপিনে মহানৱমী উপলক্ষে ৰাজ্যৰ দেৱাল,পীঠ সমূহত বলি প্ৰদান কৰে । নলবাৰীৰ ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়, উগ্ৰতৰা দেৱালয়ত ৰাজহুৱা বলিৰ পৰিবৰ্তে মন্দিৰ পৰিচালনা সমিতিয়ে মা দূৰ্গাৰ ওচৰত বলি আগবঢ়াই । কোৰোনাৰ ভয়াবহতাৰ বাবে ম্লান পৰিছে এইবাৰ দূৰ্গা পূজাৰ আনন্দ । বিভিন্ন পূজা মণ্ডৱত দেৱীৰ মৃন্ময় প্ৰতিমাৰ বিপৰীতে ঘট পূজা কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in