হোটেল পলিটিক্স : সোনাপুৰৰ দিচাং ৰিজৰ্টত ভোটগণনা পৰ্যন্ত নজৰবন্দী হৈ থাকিব মহাজোঁটৰ প্ৰাৰ্থী…

হোটেল পলিটিক্স : সোনাপুৰৰ দিচাং ৰিজৰ্টত ভোটগণনা পৰ্যন্ত নজৰবন্দী হৈ থাকিব মহাজোঁটৰ প্ৰাৰ্থী…
  • বৃহস্পতিবাৰৰ পৰা হোটেলত আবদ্ধ মহাজোঁটৰ প্ৰাৰ্থী
  • সোনাপুৰৰ দিচাং ৰিজৰ্টত ৰখা হ'ব মহাজোঁটৰ প্ৰাৰ্থী সকলক ।
  • দিচাং ৰিজৰ্টৰ ৭০ টা কোঠা বুকিং কৰা হৈছে ।
  • ভোটগণনা পৰ্যন্ত দিচাং ৰিজৰ্টত নজৰবন্দী হৈ থাকিব প্ৰাৰ্থী সকল ।
  • হৰ্চ ট্ৰেডিংঙৰ আশংকাতে এইদৰে হোটেল পলিটিক্স আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে ।
  • প্ৰাৰ্থী সকলৰ বাবে ৰিজৰ্ট খনত ব্যৱস্থা কৰা হৈছে ভলীবল,টেনিছ বল কৰ্টৰ ব্যৱস্থা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in