শেহতীয়া খবৰ
নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হয় লায়ণ্স ক্লাৱৰ অধিবেশন ....  •  নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হয় লায়ণ্স ক্লাৱৰ অধিবেশন ....  •  সমাগত বিধানসভা নিৰ্বাচনত বিজেপিক বৰ্জন কৰিব কোচ ৰাজবংশী জনগোষ্ঠীয়ে...  •  নতুন দিল্লীত দলীয় নেতৃত্বৰ ওচৰত ক্ষমা খুজিলে শিলাদিত্য দেবে...  •  দুধনৈত বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী ৰপে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্যামজিৎ ৰাভা...  •  নাঁওবৈছাত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব বিজেপিয়ে,ৰাও গজেন্দ্ৰ সিঙ হ'ব সম্ভাব্য প্ৰাৰ্থী...  •  জাগীৰোড সমষ্টিত উষ্ম আদৰনি পিয়ুষ হাজৰিকাক...  •  ৬ নং বি এন বি এছ এফৰ উদ্যোগত ছিভিক এক্সছন অনুষ্ঠানৰ আয়োজন...  •  পশ্চিমবংগই শান্তি,সোণাৰ বাংলা, প্ৰগতিশীল বাংলা বিচাৰে : নৰেন্দ্ৰ মোডী  •  প্ৰকাশ পালে তৃণমূল কংগ্ৰেছৰ ১৬জনীয়া প্ৰাৰ্থী তালিকা...

মাধৱদেৱ কলাক্ষেত্ৰ আৰু মাধবদেব বিশ্ববিদ্যালয়কলৈ বিজেপি চৰকাৰৰ প্ৰতাৰনাৰ বিৰুদ্ধে সোচ্ছাৰ লুৰিন…

65

ডিজিটেল সংবাদ,বান্দৰদেৱা : মঙলবাৰে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত উপস্থিত হয় লুৰিনজ্যোতি গগৈ।জন্মস্থানত উপস্থিত হৈ বাহিৰৰ পৰাই সেৱা জনাই লুৰিনজ্যোতি সোচ্ছাৰ হ’ল মাধৱদেৱ বিশ্ববিদ্যালয়ৰ আৰু মাধৱদেৱ কলাক্ষেত্ৰ প্ৰতি বিজেপি চৰকাৰে কৰা প্ৰতাৰনাৰ বিৰুদ্ধে।

অনাগত সময়ত ইয়াৰ বিৰুদ্ধে সমুচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে লুৰিনজ্যোতিয়ে।লেটেকুপুখুৰীৰ লগতে উজীৰৰ টোল ৰঙাজানতো সেৱা লয় লুৰিনজ্যোতিয়ে।হাজাৰোধিক বাইক আৰু সৰু বৰ যান বাহনেৰে বিহপুৰীয়া সমষ্টিত এক ৰেলী বাহিৰ কৰে এজেপিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি