শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

ইটালীৰ পৰা টকিঅ’ অভিমুখে ৰাওনা হ’ল লাভলীনা…

  • টকিঅ’ অভিমুে ৰাওনা হ’ল ভাৰতীয় বক্সিং দলটো।
  • উন্নত অনুশীলনৰ বাবে ইটালীত থকা ভাৰতীয় বক্সিং দলটোৱে শুক্ৰবাৰে টকিঅ’ অভিমুখে ৰাওনা হৈছে।
  • দলটোত আছে অসম কন্যা লাভলীনা বৰগোঁহাই।
  • ইয়াৰোপৰি ভাৰতীয় দলটোৰ সৈতে আছে মেৰী কম, অমিত পংঘাল, মনিষ কৌশিক, চিমৰনজিত কৌৰৰ দৰে দেশৰ আগশাৰীৰ বক্সাৰ।
  • টকিঅ’ অভিমুখে ৰাওনা হোৱাৰ পূৰ্বে ইটালীত ভাৰতীয় জাৰ্ছী পৰিধান কৰি সকলোৱে একলগে উঠিলে ফটো।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি