ইটালীৰ পৰা টকিঅ’ অভিমুখে ৰাওনা হ’ল লাভলীনা…

ইটালীৰ পৰা টকিঅ’ অভিমুখে ৰাওনা হ’ল লাভলীনা…
  • টকিঅ' অভিমুে ৰাওনা হ'ল ভাৰতীয় বক্সিং দলটো।
  • উন্নত অনুশীলনৰ বাবে ইটালীত থকা ভাৰতীয় বক্সিং দলটোৱে শুক্ৰবাৰে টকিঅ' অভিমুখে ৰাওনা হৈছে।
  • দলটোত আছে অসম কন্যা লাভলীনা বৰগোঁহাই।
  • ইয়াৰোপৰি ভাৰতীয় দলটোৰ সৈতে আছে মেৰী কম, অমিত পংঘাল, মনিষ কৌশিক, চিমৰনজিত কৌৰৰ দৰে দেশৰ আগশাৰীৰ বক্সাৰ।
  • টকিঅ' অভিমুখে ৰাওনা হোৱাৰ পূৰ্বে ইটালীত ভাৰতীয় জাৰ্ছী পৰিধান কৰি সকলোৱে একলগে উঠিলে ফটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in