ইতিহাস সৃষ্টি কৰিলে লাভলীনাই..

ইতিহাস সৃষ্টি কৰিলে লাভলীনাই..
  • ইতিহাস সৃষ্টিৰে অলিম্পিকৰ ৰিঙত নামিল লাভলীনা।
  • প্ৰথম বাউটত বাই লাভ কৰি প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিছিল লাভলীনাই।
  • মঙ্গলবাৰে প্ৰি-কোৱাৰ্টাৰত লাভলীনাই পৰাস্ত কৰিলে জাৰ্মান প্ৰতিদ্বন্দ্বীক।
  • জাৰ্মানীৰ নাদিনী এপেজৰ বিৰুদ্ধে শক্তিশালী প্ৰদৰ্শন দাঙি ধৰি ধাৰশায়ী কৰিলে লাভলীনাই।
  • ইয়াৰ লগে লগে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত হ'ল লাভলীনাৰ।
  • ৩০ জুলাইত লাভলীনাই খেলিব কোৱাৰ্টাৰ ফাইনেল।
  • ৰাছিয়া বা চাইনিজ টাইপেৰ বিৰুদ্ধে কোৱাৰ্টাৰত ফাইনেল খেলিব লাগিব লাভলীনাই।
  • মঙ্গলবাৰে অলিম্পিকৰ বক্সিং ৰিঙত ভৰি দিয়াৰ লগে লগেই লাভলীনাই সৃষ্টি কৰিলে ইতিহাস।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in