শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

পুনৰ এবাৰ ৰাজ্যবাসীক গৌৰৱান্বিত কৰিলে লাভলীনাইঃ আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ কমিটীৰ অধ্যক্ষ নিৰ্বাচিত…

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ পদবীত টকিঅ’ অলিম্পিক পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোঁহাই। লাভলীনাক আই বি এৰ এথলীট কমিটীৰ পৰিচালক মণ্ডলীত অধ্যক্ষ আৰু ভোটিং মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছে। আন্তৰ্জাতিক বক্সিং সংস্থাই এই কথা ঘোষণা কৰিছে। এই ঘোষণাৰ পিছতেই অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ লগতে দেশৰ বক্সিং ক্ষেত্ৰখন উৎফুল্লিত হৈ পৰিছে।

আনহাতে এই কমিটীৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে অসমৰ আন এগৰাকী অলিম্পিয়ান বক্সাৰ শিৱ থাপা। উল্লেখ্যে যে, মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২২ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ সময়ত লাভলীনাই সৰ্বাধিক সংখ্যক ভোট লাভ কৰি ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল।