শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

প্ৰতিবাদ হ’বইঃ হাজাৰ হাজাৰ ৰাইজ লতাশিলৰ দিশে, উপস্থিত জুবিন…

1,163
  • সেনাৰ ফ্লেগমাৰ্চ, সান্ধ্য আইন আৰু ১৪৪ ধাৰাক গুৰুত্ব নিদি লতাশিলত কেব বিৰোধী প্ৰতিবাদ।
  • আৰক্ষী-সেনা বাহিনীয়ে প্ৰতিবাদকাৰীক চত্ৰভংগ দিয়াবলৈ চেষ্টা কৰিছিল যদিও প্ৰতিবাদকাৰীয়ে খেদি আহে আৰক্ষীক।
  • ইতিমধ্যে লতাশিলত উপস্থিত হৈছে শিল্পী জুবিন গাৰ্গ।
  • ইফালে চানমাৰী দিশৰ পৰা লতাশিলৰ দিশে গৈ আছে বৃহত প্ৰতিবাদকাৰী এটা দল৷
  • বুধবাৰৰ দৰেই পৰিস্থিতি গুৱাহাটীত সৃষ্টি হোৱাৰ আশংকা৷
  • সেনাৰ ফ্লেগমাৰ্চক কেৰেপেই কৰা নাই প্ৰতিবাদকাৰীয়ে৷
  • চানমাৰী-শিলপুখুৰী-জু তিনিআলিত ৰাজপথত জ্বলিছে টায়াৰ৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি