প্ৰতিবাদ হ’বইঃ হাজাৰ হাজাৰ ৰাইজ লতাশিলৰ দিশে, উপস্থিত জুবিন…

প্ৰতিবাদ হ’বইঃ হাজাৰ হাজাৰ ৰাইজ লতাশিলৰ দিশে, উপস্থিত জুবিন…
  • সেনাৰ ফ্লেগমাৰ্চ, সান্ধ্য আইন আৰু ১৪৪ ধাৰাক গুৰুত্ব নিদি লতাশিলত কেব বিৰোধী প্ৰতিবাদ।
  • আৰক্ষী-সেনা বাহিনীয়ে প্ৰতিবাদকাৰীক চত্ৰভংগ দিয়াবলৈ চেষ্টা কৰিছিল যদিও প্ৰতিবাদকাৰীয়ে খেদি আহে আৰক্ষীক।
  • ইতিমধ্যে লতাশিলত উপস্থিত হৈছে শিল্পী জুবিন গাৰ্গ।
  • ইফালে চানমাৰী দিশৰ পৰা লতাশিলৰ দিশে গৈ আছে বৃহত প্ৰতিবাদকাৰী এটা দল৷
  • বুধবাৰৰ দৰেই পৰিস্থিতি গুৱাহাটীত সৃষ্টি হোৱাৰ আশংকা৷
  • সেনাৰ ফ্লেগমাৰ্চক কেৰেপেই কৰা নাই প্ৰতিবাদকাৰীয়ে৷
  • চানমাৰী-শিলপুখুৰী-জু তিনিআলিত ৰাজপথত জ্বলিছে টায়াৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in