লৰ্ডছত পৰাজয়ৰ দিশে টীম ইণ্ডিয়া

লৰ্ডছত পৰাজয়ৰ দিশে টীম ইণ্ডিয়া
  • ইংলেণ্ডত পুনৰ সংগ্ৰাম অব্যাহত টীম ইণ্ডিয়াৰ।
  • দ্বিতীয় ইনিংছ আৰম্ভ কৰি ৯ ৰাণতে এটা উইকেটৰ পতন।
  • প্ৰথম ইনিংছত ইংলেণ্ডৰ ৭ উইকেটৰ বিনিময়ত ৩৯৬ ৰান।
  • প্ৰথম ইনিংছতে ২৭৯ ৰাণত পিছপৰি আছে ভাৰত।
  • আজি খেলৰ চতুৰ্থ দিন।
  • প্ৰথম ইনিংছত ভাৰতে সংগ্ৰহ কৰিছিল মাত্ৰ ১০৭ ৰান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in