শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ সাংসদৰ দৰমহা ৩০ শতাংশ কৰ্তনৰ বিধেয়ক লোকসভাত গৃহীত….

481

ডিজিটেল ডেস্ক : কোৰোনা ভাইৰাছ বাবে দেশত হোৱা অৰ্থনৈতিক সংকটৰ বাবে এবছৰৰ বাবে সাংসদ সকলৰ দৰমহা,ভাত্তা আৰু পেণ্সনৰ ৩০ শতাঁংশ কৰ্তন কৰা হব । কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা এই বিধেয়ক খন মঙলবাৰে এই গৃহীত হয় লোকসভাত ।এই বিধেয়ক খন ৰাজ্য সভাত গৃহীত হোৱা নাই। ৰাজ্যসভাত এই বিধেয়ক খন গৃহীত হ’লে দৰমহা কৰ্তনৰ এই প্ৰস্তাব কাৰ্যক্ষম হব ।

এই প্ৰস্তাৱ অনুসৰি সাংসদ সকলৰ দৰমহা ১ লাখৰ পৰা ৭০ হাজাৰ টকালৈ হ্ৰাস পোৱাৰ লগতে কাৰ্যালয় ভাট্টাৰ নামত লাভ কৰা ৬০ হেজাৰ টকাৰো ৩০ শতাংশ কৰ্তন কৰা হব । এবছৰৰ বাবে সাংসদ সকলৰ দৰমহা,ভাত্তা আৰু পেঞ্চন ৩০ শতাংশ কৰ্তন কৰি কোৰোনাৰ বিৰুদ্ধে ব্যবহাৰৰ প্ৰস্তাব দিছিল কেন্দ্ৰীয় চৰকাৰে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি