প্ৰতীকি ফটো
Published on:
Updated on:
- ১০জন বৰ্তমানৰ সাংসদে নাপালে টিকট।
- মমতা বেনাৰ্জীয়ে ঘোষণা কৰিলে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা।
- ৪১ শতাংশ মহিলা প্ৰাৰ্থীক টিকট দিছে তৃণমূল কংগ্ৰেছে।
- দাৰ্জিলিঙৰ পৰা লোকসভা নিৰ্বাচনত তৃণমূলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব অমৰ সিং ৰায়ে।
- কৃষ্ণানগৰৰ পৰা তৃণমূলৰ প্ৰাৰ্থী হ'ব মহোৱা মৈত্ৰ।
- পশ্চিমবংগত ৪২খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা তৃণমূলৰ।
- বৰ্তমান ১০জন সাংসদক দিয়া নাই টিকট।
- প্ৰাৰ্থিত্ব নোপোৱা সাংসদসকলে দলৰ হৈ কাম কৰিব বুলি ঘোষণা মমতাৰ।
- মমতা বেনাৰ্জীৰ ঘোষণা- তৃণমূল কংগ্ৰেছে অসমৰ, ঝাৰখণ্ড, বিহাৰ ওড়িশ্যা আৰু আন্দামান নিকোবৰতো প্ৰতিদ্বন্দ্বিতা কৰিব নিৰ্বাচনত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in