বিহালী সমষ্টিৰ চিলাহাৰাণ প্ৰাথমিক বিদ্যালয়ত মন্ত্ৰী ৰঞ্জিত দত্তৰ ভোটদান, VIDEO

বিহালী সমষ্টিৰ চিলাহাৰাণ প্ৰাথমিক বিদ্যালয়ত মন্ত্ৰী ৰঞ্জিত দত্তৰ ভোটদান, VIDEO

author-image
asomiyapratidin
New Update
বিহালী সমষ্টিৰ চিলাহাৰাণ প্ৰাথমিক বিদ্যালয়ত মন্ত্ৰী ৰঞ্জিত দত্তৰ ভোটদান, VIDEO

  • তেজপুৰ লোকসভা সমষ্টিত  ভোটগ্ৰহ অব্যাহত।
  • মন্ত্ৰী ৰঞ্জিত দত্তই বিহালী সমষ্টিৰ চিলাহাৰাণ প্ৰাথমিক বিদ্যালয়ত থকা ভোট কেন্দ্ৰত দিলে ভোট।
  • কেন্দ্ৰটোত প্ৰথম ভোট দিয়ে মন্ত্ৰী ৰঞ্জিত দত্তই।
  • পল্লৱৰ জয় নিশ্চিত বুলি কোৱাৰ লগতে আজি অনুষ্ঠিত হোৱা আটাইকেইটা সমষ্টিতে বিজেপি প্ৰাৰ্থী বিজয়ী হব বুলি কয় মন্ত্ৰী গৰাকীয়ে।