আমেঠিত নহয়, ক’ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাহুল গান্ধীয়ে…

আমেঠিত নহয়, ক’ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাহুল গান্ধীয়ে…

author-image
asomiyapratidin
New Update
দিল্লীত আজি কংগ্ৰেছৰ বুথ কৰ্মীক সম্বোধন কৰিব ৰাহুল গান্ধীয়ে…

  • আমেঠিত লোকসভা নিৰ্বাচন নেখেলিব পাৰে ৰাহুল গান্ধীয়ে।
  • দীৰ্ঘদিন ধৰি এই সমষ্টিৰ পৰা গান্ধী পৰিয়ালে প্ৰতিদ্বন্দ্বিতা কৰিছিল।
  • আমেঠিৰ পৰিৱৰ্তে ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে।
  • এই সন্দৰ্ভত অৱশ্যে এতিয়াও কংগ্ৰেছে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।