Published on:
Updated on:
- নুনমাটি থানাত নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ বিৰুদ্ধে গোচৰ ৰুজু বিজেপিৰ আইনী কোষৰ।
- IPCৰ 380/171(G)ধাৰাৰ 175/19 নম্বৰত গোচৰ ৰুজু।
- শনিবাৰে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত সোমাইছিল উপমন্যু হাজৰিকা।
- তাৰ পিছত বিজেপিৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত মন্তব্য।
- বিজেপিৰ কাৰ্যালয়ত এজনো মানুহ নাই বুলি সমালোচনা কৰিছিল হাজৰিকাই।
- 'খিলঞ্জীয়াক অবজ্ঞা কৰিলে এনেকুৱাই হয়।'– ফেচবুক লাইভযোগে এই মন্তব্য কৰিছিল উপমন্যু হাজৰিকাই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in