Published on :
Updated on :
- প্ৰধানমন্ত্ৰীৰ 'মে ভী চৌকীদাৰ' অভিযানৰ মুকলি।
- শনিবাৰে এটা ভিডিঅ' টুইট কৰি বিজেপিৰ এই নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
- অহা ৩১ মাৰ্চত সমগ্ৰ দেশবাসীক 'মে ভী চৌকীদাৰ' অভিযানৰ জৰিয়তে সম্বোধন কৰিব মোডীয়ে।
- উল্লেখ্য যে, অহা ১১ এপ্ৰিলৰ পৰা ১৯ মে' পৰ্যন্ত মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন-২০১৯।
- লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে বিজেপি, কংগ্ৰেছকে ধৰি সকলো ৰাজনৈতিক দল।
Asomiya Pratidin
www.asomiyapratidin.in