Published on :
Updated on :
- লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক অথন্তৰ।
- ওড়িশাৰ কংগ্ৰেছ বিধায়কে প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ।
- কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ।
- চালেপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায় প্ৰকাশ চন্দ্ৰ বেহেৰা।
- দলীয় কাম-কাজৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি পদত্যাগৰ সিদ্ধান্ত বিধায়কজনৰ।
Asomiya Pratidin
www.asomiyapratidin.in