New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/bjp-flag.jpg)
- লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত অথন্তৰ।
- ইজনৰ পিছত সিজনকৈ দল এৰিছে বিজেপি নেতাই।
- উত্তৰাখণ্ডৰ বিজেপি সাংসদ ভূৱন চন্দ্ৰ খণ্ডুৰীৰ পুত্ৰ তথা বিজেপি নেতা মনীষ খণ্ডুৰীৰ কংগ্ৰেছত যোগদান।
- ইফালে প্ৰয়াগৰাজৰ বিজেপি সাংসদ শ্যামচৰণ গুপ্তাৰো বিজেপিৰ পৰা পদত্যাগ।
- অসমৰ তেজপুৰ সমষ্টিৰ সাংসদ আৰ পি শৰ্মাইও সংবাদ মেল যোগে ঘোষণা কৰিছে বিজেপিৰ পৰা পদত্যাগৰ কথা।
- শনিবাৰৰ দিনটোতে ৩জনকৈ বিজেপি নেতাৰ পদত্যাগ।
- আনফালে, উত্তৰ প্ৰদেশৰ বাৰানসীৰ কেইবাজনো বিজেপি কৰ্মীয়ে শনিবাৰে ত্যাগ কৰে দলটো।