শেহতীয়া খবৰ
কৰ্মচাৰীক দৰমহা দিবলৈ নাই ধন! দিল্লীয়ে কেন্দ্ৰৰ পৰা বিচাৰিলে ৫হাজাৰ কোটি... • মঙলদৈত ৰক্তদান শিবিৰঃ ১২০ গৰাকীকৈ ৰক্তদাতাই কৰিলে ৰক্তদান... • এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক...

৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ…

4,266
  • কোৰোনা ভাইৰাছৰ বাবে দিয়া লকডাউন ৩ জুনলৈকে থাকিব!
  • ১৫ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে দিয়া দেশজোৰা ২১দিনীয়া লকডাউন অন্ত পৰিব।
  • তেলেংগনাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাওৱে ঘোষণা কৰিছে এই কথা।
  • সংবাদমাধ্যমত প্ৰচাৰিত হৈছিল এনে এক খবৰ।
  • তাৰপাছতেই তেলেংগানা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত জাৰি কৰিছে এক স্পষ্টীকৰণ।
  • মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, মুখ্যমন্ত্ৰী ৰাওৱে ১৫ এপ্ৰিলৰ পাছত আৰু ২ সপ্তাহৰ বাবে লকডাউন ৰখাতো ভাল বুলিহে মন্তব্য কৰিছিল।
  • বিচিজিৰ ৰিপৰ্ট অনুসৰি তেওঁ এই মন্তব্য কৰিছিল।
  • ৩ জুনলৈকে লকডাউন ঘোষণা কৰা বুলি সংবাদমাধ্যমত প্ৰকাশিত খবৰ সঁচা নহয় বুলি জনাইছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি