৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ…

৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ…
  • কোৰোনা ভাইৰাছৰ বাবে দিয়া লকডাউন ৩ জুনলৈকে থাকিব!
  • ১৫ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে দিয়া দেশজোৰা ২১দিনীয়া লকডাউন অন্ত পৰিব।
  • তেলেংগনাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাওৱে ঘোষণা কৰিছে এই কথা।
  • সংবাদমাধ্যমত প্ৰচাৰিত হৈছিল এনে এক খবৰ।
  • তাৰপাছতেই তেলেংগানা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত জাৰি কৰিছে এক স্পষ্টীকৰণ।
  • মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, মুখ্যমন্ত্ৰী ৰাওৱে ১৫ এপ্ৰিলৰ পাছত আৰু ২ সপ্তাহৰ বাবে লকডাউন ৰখাতো ভাল বুলিহে মন্তব্য কৰিছিল।
  • বিচিজিৰ ৰিপৰ্ট অনুসৰি তেওঁ এই মন্তব্য কৰিছিল।
  • ৩ জুনলৈকে লকডাউন ঘোষণা কৰা বুলি সংবাদমাধ্যমত প্ৰকাশিত খবৰ সঁচা নহয় বুলি জনাইছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in