শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

গুৱাহাটীত আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা…

440
  • গুৱাহাটী আৰু এসপ্তাহ লকডাউন বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা।
  • দেওবাৰে মুখ্য সচিবে এই সন্দৰ্ভত কৰিব ঘোষণা।
  • শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • দেওবাৰে এই সন্দৰ্ভত জাৰি কৰিব নিৰ্দেশনা।
  • সংবাদমেলখন স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়-
  • স্বাস্থ্য বিভাগে এসপ্তাহৰ লকডাউন বিচাৰিছে।
  • গুৱাহাটীত এসপ্তাহ লকডাউন বৃদ্ধি কৰিলেই হ’ব, দুসপ্তাহৰ প্ৰয়োজন নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি