গুৱাহাটীত আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা…

গুৱাহাটীত আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা…
  • গুৱাহাটী আৰু এসপ্তাহ লকডাউন বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা।
  • দেওবাৰে মুখ্য সচিবে এই সন্দৰ্ভত কৰিব ঘোষণা।
  • শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • দেওবাৰে এই সন্দৰ্ভত জাৰি কৰিব নিৰ্দেশনা।
  • সংবাদমেলখন স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়-
  • স্বাস্থ্য বিভাগে এসপ্তাহৰ লকডাউন বিচাৰিছে।
  • গুৱাহাটীত এসপ্তাহ লকডাউন বৃদ্ধি কৰিলেই হ'ব, দুসপ্তাহৰ প্ৰয়োজন নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in