বাদাম, বিস্কুটৰ পেকেটৰ ভিতৰত বিদেশী নোট সৰবৰাহ, বিমান বন্দৰত গ্ৰেপ্তাৰ এজনক…

বাদাম, বিস্কুটৰ পেকেটৰ ভিতৰত বিদেশী নোট সৰবৰাহ, বিমান বন্দৰত গ্ৰেপ্তাৰ এজনক…
  • দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গ্ৰেপ্তাৰ এজন ধৃত লোকক।
  • বিদেশী নোট সৰবৰাহ কৰাৰ অপৰাধত চিআইএছএফে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক।
  • চিআইএছএফে জব্দ কৰে প্ৰায় ৪৫ লাখ টকাৰ বিদেশী নোট।
  • অতি কৌশলেৰে বাদাম আৰু বিস্কুটৰ পেকেটৰ ভিতৰত নোটসমূহ লুকুৱাই সৰবৰাহ কৰাৰ
  • অপচেষ্টা চলাইছিল সৰবৰাহকাৰীটোৱে।
  • সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰি সোধ-পোছ অব্যাহত ৰখা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in