অসম বন্ধত নামনি অসমৰ জনজীৱন স্তব্ধ

অসম বন্ধত নামনি অসমৰ জনজীৱন স্তব্ধ
  • বিটিএডিক 'ইউনাইটেড টেৰিট'ৰিয়েল কাউন্সিল'লৈ উন্নীত কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে অসম বন্ধৰ আহ্বান।
  • নামনি অসমত প্ৰভাৱ পৰিছে বন্ধৰ।
  • কোচ ৰাজবংশীকে ধৰি কেইবাটাও অবড়ো সংগঠনে আহ্বান জনাইছিল এই বন্ধৰ।
  • বন্ধৰ সময়ছোৱাত ঠায়ে ঠায়ে সমৰ্থকে জ্বলাইছে টায়াৰ।
  • বাক্সাৰ মেৰকুছিত টায়াৰ জ্বলাই অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থকৰ প্ৰতিবাদ।
  • বঙাইগাঁৱতো বন্ধৰ ব্যাপক প্ৰভাৱ।
  • বন্ধ আছে নামনি অসমত যান বাহনৰ চলাচল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in