ধৰাত এতিয়া কুঁৱলীৰ শুভ্ৰ আচ্ছাদনঃ ব্যাহত ৰে’ল, বিমানসেৱা…

ধৰাত এতিয়া কুঁৱলীৰ শুভ্ৰ আচ্ছাদনঃ ব্যাহত ৰে’ল, বিমানসেৱা…
  • ঘন কুঁৱলীৰ বাবে অসুবিধাৰ সন্মুখীন বিমান, ৰে'ল সেৱাত।
  • তামিলনাডুৰ চেন্নাই বিমান বন্দৰত পলম বিমান চলাচলত।
  • ১০খন বিমান চলাচলত নিৰ্ধাৰিত সময়তকৈ পলম হ'ব বুলি জানিব পৰা গৈছে।
  • ৪খন বিমানৰ পথ সলনি কৰিব লগা হৈছে কুঁৱলীৰ বাবে।
  • ইফালে বিমান চলাচলত পলমৰ বাবে বিমান বন্দৰতে আবদ্ধ হৈ পৰিছে বহু যাত্ৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in