লংকাত অচেতন অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা…

লংকাত অচেতন অৱস্থাত উদ্ধাৰ এগৰাকী  মহিলা…
  • লংকাত উদ্ধাৰ এগৰাকী অচেতন মহিলা।
  • ৰে'লৱে ষ্টেচনৰ ২নং প্লেটফৰ্মত উদ্ধাৰ মহিলাগৰাকী।
  • ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে ৰে'লৱে আৰক্ষীক।
  • আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰে চিকিত্‍সালয়ত।
  • কোনো লোকে নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰাৰ সন্দেহ একাংশৰ।
  • বৰ্তমানো জানিব পৰা নাই মহিলাগৰাকীৰ পৰিচয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in