লংকাৰ গংগা হোটেলত চিপ লোৱা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

লংকাৰ গংগা হোটেলত চিপ লোৱা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

  • লংকাৰ শ্বিলং পথৰ গংগা হোটেলত অঘটন।
  • হোটেলৰ ৫ নং কোঠাত চিপ লোৱা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ।
  • যুৱকজনৰ নাম লালু প্ৰসাদ যোশী।
  • ওমৰাংচুৰ ৰংগাটিংৰ নেপালীবস্তিত ঘৰ ২৪ বছৰীয়া যুৱকজনৰ।
  • হোটেলৰ কোঠা ভাড়াত লৈ নৈশযাপন কৰিছিল যুৱকজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in