লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন…

লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন…
  • লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷
  • থিতাতে নিহত দুজন ব্যক্তি ৷
  • AS 09 D 6328 নম্বৰৰ মহিন্দ্ৰা বলেৰ' গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই লামডিঙৰ পৰা ২৫ কিমি নিলগত কালভাৰ্টৰ ৰেলিঙত খুন্দা মাৰে ৷
  • থিতাতে নিহত হয় গুলচন টেৰণ আৰু মংগল সিং টুকবি
  • কাৰ্বি আংলং জিলা জলসিঞ্চনৰ বিভাগৰ হামৰেং উপ সংমণ্ডলৰ সহ অভিযন্তা গুলচন টেৰণ( Assistant Executive Engineer) আৰু মংগল সিং টুকবি চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৷
  • দুৰ্ঘটনাত পতিত হোৱা বাহনখনত Govt Of Assam লিখিত হৈ আছে ৷
  • ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰৰ ব্যৱস্থা চলাই আছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in