ইটানগৰত ভয়াৱহ ভূমিস্খলনঃ একে পৰিয়ালৰ ৪ লোক আবদ্ধ…

ইটানগৰত ভয়াৱহ ভূমিস্খলনঃ একে পৰিয়ালৰ ৪ লোক আবদ্ধ…
  • চুবুৰীয়া অৰুণাচল প্ৰদেশত ভয়াৱহ ভূমিস্খলন।
  • ইটানগৰত সংঘটিত হৈছে এই ঘটনা।
  • ভূমিস্খলনত এটা পৰিয়ালৰে ৪ জন লোক আবদ্ধ।
  • ৪ জনকে উদ্ধাৰৰ বাবে অব্যাহত আছে উদ্ধাৰ অভিযান।
  • উদ্ধাৰ হৈছে পৰিয়ালটোৰ এজনৰ মৃতদেহ।
  • আন এটি শিশুক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি।
  • এতিয়াও উদ্ধাৰ হোৱা নাই আন দুজনৰ মৃতদেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in