লামডিঙত ভয়ংকৰ অগ্নিকাণ্ড

লামডিঙত ভয়ংকৰ অগ্নিকাণ্ড
  • পুৱতিনিশা ৪:৩০ বজাত লামডিঙত ভয়ংকৰ অগ্নিকাণ্ড ৷
  • লামডিং বজাৰৰ মছজিদত এই অগ্নিকাণ্ড সংঘটিত হয় ৷
  • ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্নৰূপে ভস্মিভূত হয় লামডিং মণ্ডল পুৰনি বিজেপীৰ কাৰ্যালয় সহ তিনিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ৷
  • অগ্নি নিৰ্বাপক বাহীনিৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
  • জুই লগাৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই ৷
  • ব্যৱসায়ী প্ৰতিষ্ঠানত কেইবা লাখ টকাৰ সা-সম্পতি ক্ষতি হোৱাৰ লগতে বিজেপি কাৰ্যালয়ত থকা অতি গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ জুইত জাহ যায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in