লামডিঙত বৃহস্পতিবাৰৰ পৰা গাখীৰ বন্ধঃ দিনৰ ২ বজালৈকেহে খুলিব পাৰিব গেলামালৰ দোকান…

লামডিঙত বৃহস্পতিবাৰৰ পৰা গাখীৰ বন্ধঃ দিনৰ ২ বজালৈকেহে খুলিব পাৰিব গেলামালৰ দোকান…
  • লামডিং প্ৰশাসনৰ জৰুৰী বৈঠক ।
  • অহা বৃহস্পতিবাৰৰ পৰা লামডিঙ সকলো খোৱা গাখীৰ বন্ধ ৰখা সিদ্ধান্ত।
  • আনফালে লামডিঙৰ গেলামাল দোকান সমূহ ৰাতিপুৱা ৯ বজাৰ পৰা দিনৰ ২ বজাৰ লৈ খোলাৰ নিৰ্দেশ ।
  • ২বজাৰ পাছত যদি কোনো ব্যক্তিক দেখা পোৱা যায় তেনেহলে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিব আৰক্ষীয়ে
  • ব্যৱসায়ী সকলে চাউল আলুকে ধৰি জৰুৰী সামগ্ৰী দাম নিজাববীয়াকৈ বৃদ্ধি কৰিলে হ'ব কাৰাদণ্ড ৷
  • সামগ্ৰী দাম বঢ়োৱা দোকানে হেৰুৱাব লাগিব ট্ৰেড লাইচেঞ্চ ।
  • লামডিঙৰ বজাৰ তথা ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ ওপৰত নিয়ন্ত্ৰন ৰখা ওপৰত বৈঠক হয়।
  • বৈঠকত উপস্থিত থাকে লামডিঙ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে লামডিঙ সমষ্টি বিধায়ক শিবু মিশ্ৰ, পৌৰসভাৰ সভানেত্ৰী , মাৰ্চেন্ট এচছিয়েচন, আৰু আসাম চেম্বাৰ অফ কমাৰ্চৰ সদস্য উপস্থিত থাকে ।
  • লামডিঙৰ ৰাজপথত ইতিমধ্যে পৌৰসভাৰ তথা প্ৰশাসনে চতিয়ালে চেনিটাইজাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in