শেহতীয়া খবৰ
হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...

লামডিঙত বৃহস্পতিবাৰৰ পৰা গাখীৰ বন্ধঃ দিনৰ ২ বজালৈকেহে খুলিব পাৰিব গেলামালৰ দোকান…

271
  • লামডিং প্ৰশাসনৰ জৰুৰী বৈঠক ।
  • অহা বৃহস্পতিবাৰৰ পৰা লামডিঙ সকলো খোৱা গাখীৰ বন্ধ ৰখা সিদ্ধান্ত।
  • আনফালে লামডিঙৰ গেলামাল দোকান সমূহ ৰাতিপুৱা ৯ বজাৰ পৰা দিনৰ ২ বজাৰ লৈ খোলাৰ নিৰ্দেশ ।
  • ২বজাৰ পাছত যদি কোনো ব্যক্তিক দেখা পোৱা যায় তেনেহলে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিব আৰক্ষীয়ে
  • ব্যৱসায়ী সকলে চাউল আলুকে ধৰি জৰুৰী সামগ্ৰী দাম নিজাববীয়াকৈ বৃদ্ধি কৰিলে হ’ব কাৰাদণ্ড ৷
  • সামগ্ৰী দাম বঢ়োৱা দোকানে হেৰুৱাব লাগিব ট্ৰেড লাইচেঞ্চ ।
  • লামডিঙৰ বজাৰ তথা ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ ওপৰত নিয়ন্ত্ৰন ৰখা ওপৰত বৈঠক হয়।
  • বৈঠকত উপস্থিত থাকে লামডিঙ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে লামডিঙ সমষ্টি বিধায়ক শিবু মিশ্ৰ, পৌৰসভাৰ সভানেত্ৰী , মাৰ্চেন্ট এচছিয়েচন, আৰু আসাম চেম্বাৰ অফ কমাৰ্চৰ সদস্য উপস্থিত থাকে ।
  • লামডিঙৰ ৰাজপথত ইতিমধ্যে পৌৰসভাৰ তথা প্ৰশাসনে চতিয়ালে চেনিটাইজাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি