ৰাজ্য চৰকাৰৰ ক্ৰীড়া প্ৰাধিকৰণৰ উপ-সভাপতি হিচাপে দায়িত্ব গ্ৰহণ লক্ষ্য কোঁৱৰৰ…

ৰাজ্য চৰকাৰৰ ক্ৰীড়া প্ৰাধিকৰণৰ উপ-সভাপতি হিচাপে দায়িত্ব গ্ৰহণ লক্ষ্য কোঁৱৰৰ…
  • ৰাজ্য চৰকাৰৰ ক্ৰীড়া প্ৰাধিকৰণৰ উপ-সভাপতি হিচাপে দায়িত্ব গ্ৰহণ লক্ষ্য কোঁৱৰৰ।
  • দায়িত্ব গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন।
  • অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰচেষ্টা চলাম বুলি ক'লে কোঁৱৰে।
  • লগতে তেওঁ কয়- ভোগেশ্বৰ বৰুৱা ক্ৰীড়া বিদ্যালয়ত পাঠদান আৰম্ভ কৰা আমাৰ প্ৰাধান্য।
  • যিমানেই আমি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা অসমত অনুষ্ঠিত কৰিম সিমানেই নৱপ্ৰজন্ম উৎসাহিত হ'ব।
  • নৱপ্ৰজন্মই নিজৰ প্ৰতিভা বিকশিত কৰিবলৈ সক্ষম হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in