শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

ৰাজ্য চৰকাৰৰ ক্ৰীড়া প্ৰাধিকৰণৰ উপ-সভাপতি হিচাপে দায়িত্ব গ্ৰহণ লক্ষ্য কোঁৱৰৰ…

  • ৰাজ্য চৰকাৰৰ ক্ৰীড়া প্ৰাধিকৰণৰ উপ-সভাপতি হিচাপে দায়িত্ব গ্ৰহণ লক্ষ্য কোঁৱৰৰ।
  • দায়িত্ব গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন।
  • অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰচেষ্টা চলাম বুলি ক’লে কোঁৱৰে।
  • লগতে তেওঁ কয়- ভোগেশ্বৰ বৰুৱা ক্ৰীড়া বিদ্যালয়ত পাঠদান আৰম্ভ কৰা আমাৰ প্ৰাধান্য।
  • যিমানেই আমি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা অসমত অনুষ্ঠিত কৰিম সিমানেই নৱপ্ৰজন্ম উৎসাহিত হ’ব।
  • নৱপ্ৰজন্মই নিজৰ প্ৰতিভা বিকশিত কৰিবলৈ সক্ষম হ’ব।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি