লখিমপুৰত ৰঙানদী-শিঙৰা নৈৰ তাণ্ডৱ! ছিঙিল দ’লহাট ফুলবাৰী সংযোগী গড়কাপ্টানী পথ, উটি গ’ল ৩জনকৈ লোক… VIDEO

লখিমপুৰত ৰঙানদী-শিঙৰা নৈৰ তাণ্ডৱ! ছিঙিল দ’লহাট ফুলবাৰী সংযোগী গড়কাপ্টানী পথ, উটি গ’ল ৩জনকৈ লোক… VIDEO
  • হঠাৎ প্ৰলয়ংকাৰী বানৰ কৱলত লখিমপুৰ।
  • অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ৰঙানদী আৰু শিঙৰা নৈৰ জলস্তৰ।
  • শিঙৰা নৈতিৰ বাঢ়নী পাতনী ছিঙিল দ'লহাট ফুলবাৰী সংযোগী গড়কাপ্টানী পথ।
  • তদুপৰি, বানে উটুৱাই নিলে দ'লহাটৰ ১০টাৰো অধিক বাসগৃহ।
  • বানত উটি গ'ল তিনিজনকৈ লোক।
  • লগতে উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ।
  • উদ্ধাৰ হোৱা মৃতদেহটো সুনীল দাস নামৰ এজন ব্যক্তিৰ।
  • ইফালে, সন্ধানহীন হৈ আছে আন তিনিজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in