বন্ধ হ’বই লাগিব সোৱণশিৰি বৃহৎ নদীবান্ধৰ নিৰ্মাণঃ ৰঙানদীৰ বুুকুত AJYP য়ে ল’লে জল সংকল্প…

বন্ধ হ’বই লাগিব সোৱণশিৰি বৃহৎ নদীবান্ধৰ নিৰ্মাণঃ ৰঙানদীৰ বুুকুত AJYP য়ে ল’লে জল সংকল্প…
  • বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰুদ্ধে জল সংকল্প ললে অসম জাতীয়তাবাদী যুৱ পৰিষদে৷
  • সোৱণশিৰি বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ পৰিষদে ধাৰাবাহিক আন্দোলনে সোমবাৰে ভৰি দিলে তৃতীয় দিনত।
  • NHPC আৰু সোৱণশিৰি প্ৰকল্পৰ বিৰুদ্ধে এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছিল সংগঠনটোৱে৷
  • সোমবাৰে ৰঙানদীৰ বুুকুত ছ্যুকাফাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি সোৱণশিৰি প্ৰকল্পৰ বিৰুদ্ধে শতাধিক কৰ্মীয়ে লয় জল সংকল্প।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in