শেহতীয়া খবৰ
ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…  •  চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা  •  ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...

ধনদাবীৰ অভিযোগৰ তুলি আটক কৰা AJYCPৰ তিনি নেতাক মুকলি…

71
  • মালবাহী ট্ৰাকৰ পৰা ধনদাবী, চালকক মাৰধৰ কৰাৰ অভিযোগত বৃহস্পতিবাৰে আটক কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩ নেতাক অৱশেষত মুক্তি দিবলৈ বাধ্য হল আৰক্ষী।
  • এই ৩ নেতাৰ নেতৃত্বতে বুধবাৰে বৃহত নদী বান্ধৰ বিৰুদ্ধে ৰূপায়িত হৈছিল প্ৰতিবাদী কাৰ্যসূচী।
  • ইয়াৰ এদিনৰ পিছতে গেৰুকামুখ প্ৰকল্পলৈ নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়া একন ট্ৰাকৰ ড্ৰাইভাৰক ধনদাবীৰে মাৰ ধৰ কৰাৰ অভিযোগ ৰুজু কৰে লখিমপুৰ আৰক্ষীয়ে।
  • অভিযোগনুসৰি, ট্ৰাক চালকজনৰ হতোৱাই এজাহাৰ লিখাই গোচৰ ৰুজু কৰাৰ পাছত পৰিকল্পিতভাৱে AJYCPJ জিলা সভাপতি ললু বৰুৱা, সম্পাদক সুদিপ্ত হাজৰিকা আৰু প্ৰচাৰ সম্পাদক মিন্টু দত্তক আৰক্ষীয়ে আটক কৰে।
  • ইফালে এই আটকৰ পাছতে সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পাছতে প্ৰায় ২৪ ঘন্টাৰ পাছত শুকুৰবাৰে বিয়লিভাগত ৩জন নেতাক মুকলি কৰি দিবলৈ বাধ্য হয় আৰক্ষী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি