শেহতীয়া খবৰ
মাৰ্ঘেৰিটাৰ নিৰ্দলীয় সদস্যই দেখুৱাইছে খেল!, ২৪ ঘণ্টাতে কংগ্ৰেছ-বিজেপি দুই দলতে যোগদান  •  ফটো তুলিবলৈ গৈ দিচাং নৈত পৰা দুই যুৱতী সন্ধানহীন  •  ৰাষ্ট্ৰীয় লংজাম্পৰ টুৰ্ণামেন্টৰ চেম্পিয়ন ছিকিউৰিটি গাৰ্ড ডিম্বেশ্বৰ...  •  ৰাষ্ট্ৰীয় লংজাম্পৰ টুৰ্ণামেন্টৰ চেম্পিয়ন ছিকিউৰিটি গাৰ্ড ডিম্বেশ্বৰ...  •  ৰাষ্ট্ৰীয় লংজাম্প চেম্বিয়নশ্বীপত আজি চূড়ান্ত খেলত অৱতীৰ্ণ হ’ব ডিম্বেশ্বৰ দলে  •  ৰাষ্ট্ৰীয় লংজাম্প চেম্বিয়নশ্বীপত আজি চূড়ান্ত খেলত অৱতীৰ্ণ হ’ব ডিম্বেশ্বৰ দলে  •  ৰাষ্ট্ৰীয় লংজাম্প চেম্বিয়নশ্বীপত আজি চূড়ান্ত খেলত অৱতীৰ্ণ হ’ব ডিম্বেশ্বৰ দলে  •  গহপুৰ নগৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা ( নগৰাঞ্চল)ৰ গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ  •  বলিউদৰ ছুপাৰষ্টাৰ বিলনীয়া হোৱা ৭০০ কোটি টকীয়া বিয়াখনৰ A to Z, VIDEO  •  বলিউদৰ ছুপাৰষ্টাৰ বিলনীয়া হোৱা ৭০০ কোটি টকীয়া বিয়াখনৰ A to Z, VIDEO

৭ ছেপ্তেম্বৰত ছবিঘৰলৈ ইমতিয়াজৰ ‘লাইলা মজনু’

159

ডিজিটেল ডেস্কঃ বলীউডক জৱ উই মেট, তামাছা আৰু ৰকষ্টাৰৰ দৰে সফল ছবিৰ উপহাৰ দিয়াৰ পাছত এইবাৰ ছবিগৃহলৈ আহিব ইমতিয়াজ আলীৰ বহু প্ৰত্যাশিত ছবি “লাইলা মজনু”।

ইতিহাসৰ প্ৰেমৰ আটাইতকৈ মনোৰম কাহিনীটোক নতুন ৰূপত সজাই-পৰাই প্ৰস্তুত কৰা ছবিখন ছবিগৃহত মুক্তি লাভ কৰিব অহা ৭ ছেপ্তেম্বৰত। একতা কাপুৰৰ প্ৰযোজনা, চাজিদ আলীৰ পৰিচালনাৰে ভূ-ৰ্স্বগ কাশ্মীৰত শ্বুটিং কৰা এই ছবিখনৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিব তৃপ্তি ডিমৰী, মীৰ চৰৱাৰ আৰু অবিনাশ তিৱাৰীয়ে।

ইতিমধ্যে ছবিখনৰ ট্ৰেইলাৰত কাশ্মীৰৰ মনোৰম পৰিৱেশৰ লগতে তাৰ কিছুমান ক’লা অধ্যায়ো উজাগৰ কৰিছে। ৰোমান্টিক এই ছবিখনে নৱপ্ৰজন্মৰ পৰা বিপুল সহাঁৰি পাব বুলি আশা কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি